Status Quotes
" মই তোমাক ভাল পাওঁ"
কথাটো কবলৈ হয়তো তিনি ছেকেণ্ড সময় লাগে,বুজাই কবলৈ হয়তো তিনি ঘণ্টা লাগিব পাৰে কিন্তু প্ৰমাণ কৰিবলৈ হয়তো গোটেই জীৱনটো কম হব পাৰে।
*****
" মানুহৰ মৰম নোপোৱাকৈ জীয়াই থকা সম্ভৱ; কিন্তু ন্যায় বিচাৰ অবিহনে জীয়াই থকা অসম্ভৱ "
*****
যিমানেই ডাঙৰ হৈছো...সময় কমিছে ,
যিমানেই ডাঙৰ হৈছো...আনন্দ হেৰাইছে ,
যিমানেই ডাঙৰ হৈছো...সমস্যা বাঢ়িছে ,
যিমানেই ডাঙৰ হৈছো... , প্ৰকৃত বন্ধু নোহোৱা হৈ আহিছে ।
*****
ভাঙি যোৱা বস্তুৱে বেয়াকে বিন্ধে লাগিলে সি কাচে হওক বা সম্পৰ্কই হওক।
*****
কোনোবাই আনন্দৰ আশাত কান্দিলে,
কোনোবাই দুখত আৱদ্ধ হৈ কান্দিলে,
অসাধাৰণভাবে চলা এই জীৱনত কোনোবাই ভৰষা কৰি কান্দিলে,
কোনোবাই ভৰষাৰ কাৰণে কন্দিলে।
*****
চাৰি দিন নোহোৱা হৈ চাই লোৱা, মানুহে আপোনাৰ নাম পৰ্যন্ত পাহৰি যাব।
আজীৱন মানুহে এই ভুলতে পাৰ কৰে ভাবে সি কিছুমানৰ বৰ আপোন।
সত্যটো এয়াই আচলতে তোমাৰ থকা নথকাত কোনো পাৰ্থক্য নাই।
*****
Comments