Popular posts from this blog
Status Quotes in Assamese/Status Quotes/অসমীয়া quotes
সৌন্দৰ্যৰ ধাৰণা সৌন্দৰ্যৰ ধাৰণা মানুহৰ মনত ওপজে আৰু তাকেই মানুহে বস্তু ৰ ওপৰত আৰোপ কৰে। -(ডেভিডাই উম্) সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হল ফুল, কিন্তু তাৰো চিপাবোৰ থাকে মাটি আৰু গোবৰৰ । " সমাজ কেতিয়াও মূৰ্খৰ দ্বাৰা নষ্ট নহয় সমাজ নষ্ট হয়, শিক্ষিতসকলৰ মূৰ্খ আচৰণৰ আচৰণৰ দ্বাৰা ।" " অহং কাৰ নকৰিবা পতন হ'ব কিন্তু লগাতকৈ বেছি সৰল নহবা এই স্বাৰ্থপৰ সমাজে তোমাক প্ৰৱঞ্চনা কৰিব।" যেতিয়া তোমাৰ পকেট ভৰি টকা পইচা থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন? কিন্তু যেতিয়া তোমাৰ পকেত খালি থাকিব তেতিয়া গোটেই পৃথিৱীখনে পাহৰি যাব তুমি কোন। - Bil Gates মানুহৰ জীৱনত দুখ কম হৈ নাযায় ...

Comments